চুটিগল্পৰ মূল বিষয় -- ক’ৰোণা মহামাৰী আৰু বৰ্তমান জীৱন-যাত্ৰ
ক’ৰোণা মহামাৰী আৰু বৰ্তমান জীৱন-যাত্ৰ --- শীর্ষক চুটিগল্প লিখা প্রতিযোগিতাৰ ফলাফলসমূহ-
১. প্ৰথম স্থান- প্ৰীতিৰেখা দাস (কটন বিশ্ববিদ্যালয়)
২. দ্বিতীয় স্থান(যুটীয়াভাবে) - ক) প্ৰবাল উপাধ্যায় (পাণ্ডু মহাবিদ্যালয়)
খ) ফাৰহানা বেগম (সুৰেন দাস মহাবিদ্যালয়, হাজো)
৩. তৃতীয় স্থান(যুটীয়াভাবে) - ক) নাজমা চুলতানা (সুৰেন দাস মহাবিদ্যালয়, হাজো)
খ) গাৰ্গী কাশ্যপ (ট্ৰেনজিচন একাডেমী)